Home » Ramlila Maidan

Ramlila Maidan

দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত ‘Baby Mufflerman’

অনুষ্ঠানটিত বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা অৱয়ান তমাৰে অৰবিন্দ কেজৰিৱালৰ শপতগ্ৰহণ অনুষ্ঠানলৈ বিশেষ আমন্ত্ৰণ লাভ কৰিছিল

ক্ৰমাগত তৃতীয়বাৰলৈ দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে অৰবিন্দ কেজৰিৱালে

মুখ্যমন্ত্ৰীৰ সৈতে মূল মঞ্চত অতিথিৰূপে আসন ল’বলৈ আমন্ত্ৰণ জনোৱা হয় ৫০গৰাকী লোক, য’ত আছে শিক্ষাবিদৰ পৰা চাফাই কৰ্মচাৰী প্ৰতিনিধি, এম্বুলেন্সৰ ড্ৰাইভাৰকে ধৰি সমাজৰ ভিন্ন স্তৰৰ লোক

PM Modi may visit Assam on Jan 23

আজি দিল্লীত প্ৰধানমন্ত্ৰী মোডীৰ ‘ধন্যবাদ ৰেলী’; দিল্লী বিধানসভা নিৰ্বাচনৰো বজাব দুন্দুভি

কাৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তে মোডীৰ ‘ধন্যবাদ ৰেলী’ বিশেষভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে