Home » report

report

কৰ’ণা ভাইৰাছঃ জনপ্ৰিয় গায়িকা কণিকা কাপুৰৰ পঞ্চমটো পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ

বলীউডৰ গায়িকা কণিকা কাপুৰ বিগত ৯ মাৰ্চত লণ্ডনৰ পৰা মুম্বাইলৈ উভতিছিল, ইয়াৰ দুদিন পিছত তেওঁ লক্ষ্ণৌ গৈছিল আৰু কেইবাটাও পাৰ্টীত ভাগ লৈছিল। কণিকা কাপুৰৰ অসাৱধানতাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল