Skip to content
Home » Section 144

Section 144

ঘূৰ্ণীবতাহ নিসৰ্গঃ ১৪৪ ধাৰা জাৰি, ৫০ হাজাৰ লোকক উদ্ধাৰ

ৰাইজক বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান জনাইছে প্ৰশাসনে। বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি, বৰ্তমান মুম্বাইত বতাহ ৮০-৯০ কিলোমিটাৰ বেগত বৈ আছে আনহাতে ধুমুহা আহিলে ইয়াৰ গতি বৃদ্ধি হৈ ১২০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা

ৰাজ্যৰ পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট; অসমীয়াতে কৰিলে টুইট

CAB গৃহীত হোৱাৰ পিছতে অসমবাসীক টুইটাৰযোগে আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিধেয়কখন গৃহীত হোৱাৰ বাবে চিন্তিত নহ’বলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp