Skip to content
Home » Shaheen Bagh

Shaheen Bagh

১০১ দিনৰ পিছত দিল্লী আৰক্ষীয়ে খালী কৰোৱালে শ্বাহীনবাগ

দিল্লী আৰক্ষীয়ে কৰ’ণা ভাইৰাছ আৰু ১৪৪ ধাৰাৰ পত্ৰ দি এঘণ্টাত এই অভিযান চলায়। ইয়াৰ মাজতে আৰক্ষীয়ে ৬ গৰাকী মহিলা আৰু ৩জন লোকক আটক কৰে

শ্বাহীন বাগঃ উচ্চতম ন্যায়ালয়ে আজি নুশুনাই সিদ্ধান্ত; ২৩ মাৰ্চত পৰৱৰ্তী শুনানি

শ্বাহীন বাগত CAA আৰু NRCৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে ২ মাহতকৈ অধিক সময় অতিক্ৰম কৰিছে। কিন্তু প্ৰতিবাদকাৰীসকল নিজৰ দাবীত অটল

পুনৰ বন্ধি কৰি দিয়া হ’ল কালিন্দীকুঞ্জৰ পৰা ফৰিদাবাদ-জেটপুৰ যোৱা পথ

দৰাচলতে শুকুৰবাৰ পুৱা কালিন্দীকুঞ্জৰ পৰা ফৰিদাবাদ যোৱা পথটোত বাছ এখনৰ যান্ত্ৰিক বিজুতি ঘটি ৰাস্তাতে বন্ধ হৈ পৰে ফলত যথেষ্ট যান-জঁটৰ সৃষ্টি হয়

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp