Home » Social Media Viral Video

Social Media Viral Video

সুৰাৰ বটলৰ সৈতে ফেচবুকত নিতীশ চৰকাৰক প্ৰত্যাহ্বান দিয়া যুৱক গ্ৰেপ্তাৰ

২৭ নৱেম্বৰত সুভাষ কুমাৰে ৰাজহুৱা স্থানত সুৰাৰ বটল হাতত লৈ চৰকাৰ তথা আৰক্ষীক প্ৰশাসনক গ্ৰপ্তাৰ কৰা মুকলিকৈ প্ৰত্যাহ্বান জনাইছিল আৰু এই ভিডিঅ’ পোষ্ট কৰিছিল ফেচবুকত

ঘৰৰ মানুহে মোক ১০ বছৰ ধৰি নিৰ্যাতন চলাই আছে, প্ৰাক্তন বিধায়ক সুৰেন্দ্ৰনাথ সিঙৰ কন্যাৰ ভিডিঅ’ ভাইৰেল

ভাৰতীয়ে লগতে কয় যে মোৰ মানসিক স্থিতি সম্পূৰ্ণভাৱে সবল হৈ আছে, মই ঘৰৰ পৰা কোনো লোকৰ সৈতে পলাই অহা নাই, মই অকলে আহিছো। মোৰ বিৰুদ্ধে উঠোৱা সকলো অভিযোগ মিছা। মই আৰু ঘৰলৈ পুনৰ ঘূৰি যাব নিবিচাৰো।’