Home » Social Media

Social Media

মৃত্যুৰ ২৭ দিন পূৰ্বে ঋষি কাপুৰে কৰিছিল অন্তিমটো টুইট, দিছিল বিশেষ বাৰ্তা

অভিনেতা ঋষি কাপুৰ ছচিয়েল মিডিয়াত যথেষ্ট এক্টিভ আছিল। প্ৰতিটো বিষয় সন্দৰ্ভত পৰিষ্কাৰ ভাৱে নিজৰ মতামত ৰাখিছিল আৰু তেওঁৰ টুইটো ভাইৰেল হৈ পৰিছিল