Home » technology

technology

চন্দ্ৰযান–২ঃ পূৰ্বৰ অভিযানতকৈ কিমান পৃথক, ৪টা বৃহৎ কাৰিকৰী প্ৰত্যাহ্বান

প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব প্ৰথমখন মিছন চন্দ্ৰযান–২, লগতে এইখনে প্ৰথম যান যিখনে ছফ্ট লেণ্ডিং কৰিব। যেতিয়া চন্দ্ৰযান–২ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব সেইসময়খিনি হ’ব শ্বাসৰুদ্ধকৰ।