Sanjay Dutt explores beauty of Arunachal as part of statehood day
Marking the occasion, Bollywood star and brand ambassador of the state Sanjay Dutt shared a video of his ‘campaign’ for Arunachal Pradesh.
Marking the occasion, Bollywood star and brand ambassador of the state Sanjay Dutt shared a video of his ‘campaign’ for Arunachal Pradesh.
The operation was led by Additional Superintendent of Police (ASP) Ripunjay Kakati, informed SP Debojit Deori
সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ পাক প্ৰধানমন্ত্ৰী ইমাৰান খানৰ এক ভিডিঅ’ বাৰ্তা
সঞ্জয় সিঙে টুইটাৰত গিৰিৰাজ সিঙৰ ভিডিঅ’ শ্বেয়াৰ কৰিলে
ইয়াৰ মাজতে মহিলা বিষয়াক অভদ্ৰ আচৰণ আৰু তেওঁলোকৰ কাপোৰ ধৰাৰো ঘটনা সংঘটিত হয়। SDM প্ৰিয়া বৰ্মাই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই। কেইবাজনো প্ৰতিবাদকাৰীক মাটিত বহিবলৈও কয়
JNU ছাত্ৰসংঘৰ অধ্যক্ষ আইচি ঘোষে ক’লে যে তেওঁৰ ওপৰতো আক্ৰমণ কৰা হৈছিল। JNUৰ মূৰৰ পৰা তেজ ওলাই থকা ফটোও JNUই প্ৰকাশ কৰিছিল
এই ভয়ংকৰ দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল কেমেৰাত
ভিডিঅ’ দেখুৱাই আৰু ভুক্তভোগী মহিলাগৰাকীৰ সন্তানৰ মৃত্যুৰ ভাবুকি দি কৰি গ’ল অত্যাচাৰৰ পিছত অত্যাচাৰ
আৰক্ষীয়ে চোঁচৰাই চোঁচৰাই গাড়ীত ভৰাই প্ৰতিবাদকাৰীসকলক
ইয়াকে লৈ ছচিয়েল মিডিয়াত কিছুমানে বাইক আৰোহীজনক সহানুভুতি দেখুওৱাৰ লগতে যান-বাহন আইনৰ অধীনত বিহা জৰিমনাকো সমালোচনা কৰে। আনহাতে কিছুমানে আকৌ যান-বাহন আৰক্ষীৰ এয়া কৰ্তব্য বুলিও কয়