21 C
Guwahati
Wednesday, December 11, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় বানাৰস হিন্দু বিশ্ববিদ্যালয়ত সংস্কৃত বিভাগত মুছলমান অধ্যাপক নিযুক্তিক লৈ আন্দোলন অব্যাহত

    বানাৰস হিন্দু বিশ্ববিদ্যালয়ত সংস্কৃত বিভাগত মুছলমান অধ্যাপক নিযুক্তিক লৈ আন্দোলন অব্যাহত

    ফিৰোজ খানে ছাত্ৰ সমাজৰ স্থিতিকলৈ দুখিত হৈ কয় যে, ‘‘মোৰ দেউতা ৰমজান খান সংস্কৃতৰ শাস্ত্ৰী আছিল৷ দেউতাক দেখিয়েই মই সংস্কৃত অধ্যয়ন কৰিবলৈ প্ৰেৰণা পাইছিলো৷ মই দ্বিতীয় শ্ৰেণীৰ পৰাই সংস্কৃত পঢ়া আৰম্ভ কৰিছো

    উত্তৰ প্ৰদেশৰ বানাৰস হিন্দু বিশ্ববিদ্যালয়(BHU)ত সংস্কৃত অধ্যাপকৰ বিৰুদ্ধে কৰা আন্দোলনে আজি ১২ দিনত ভৰি দিলে৷ স্থগিত ৰখা হৈছে পাঠদান প্ৰক্ৰিয়া৷ ২৮ বৰ্ষীয় মুছলমান যুৱক ফিৰোজ খানক BHU-ৰ ‘সংস্কৃত বিদ্যা ধৰ্ম বিজ্ঞ্ৰান’ বিভাগত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি দিয়াক লৈ শাম কটা নাই বিতৰ্ক৷

    Photo Credit: Photo credit: @firoze.khan.355

    এই উত্তপ্ত পৰিস্থিতত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই সাক্ষাৎ কৰে প্ৰতিবাদী ছাত্ৰ সমাজক৷ উপাচাৰ্যই সুনিশ্চিত কৰে যে মুছলমান অধ্যাপক ফিৰোজ খানৰ নিযুক্তি বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ আইন আৰু Central UGC Guidelines-ৰ অধীনত হৈছে৷ তেওঁ ছাত্ৰ সমাজক ধৰ্ণা প্ৰতিবাদ বন্ধ কৰিবলৈ আহ্বান তথা অনুৰোধো জন