Skip to content

চীনত মৃত্যুৰ হাতোৰাত এতিয়ালৈকে ১,৭৭০জনৰ জীৱন স্তব্ধ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৭০,৫৪৮লৈ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

কৰ’ণা ভাইৰাছে চীনত পাতিছে মৃত্যুৰ মেলা। কৰ’ণা ভাইৰাছক ৰুধিবলৈ কৰা সকলো প্ৰচেষ্টাই গৈছে অথলে। বৰ্তমান মাৰাত্মক কৰ’ণা ভাইৰাছত আক্রান্ত হৈ প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১,৭৭০গৰাকীলৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৭০,৫৪৮লৈ। বেইজিং প্রশাসনে উল্লেখ কৰা অনুসৰি কৰ’ণা ভাইৰাছত নতুনকৈ সংক্রমিত হৈছে ২,০০৯গৰাকী লোক৷

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp