26.4 C
Guwahati
Sunday, July 5, 2020
  • Home
  • Videos
  • T8 Radio
More

    ১০টাৰ ঠাইত ১১টালৈ সলনি হ’ব মোৱাইল ফোনৰ নম্বৰ, পিছে কিয়?

    ট্ৰায়ে ইয়াৰ বাবে প্ৰথম সংখ্যাটো ৯ ৰখাৰ বাবে পৰামৰ্শ আগবঢ়াইছে

    মোবাইল ফোনত বৰ্তমানৰ ১০টা সংখ্যাৰ ঠাইত ১১টা সংখ্যালৈ সলনি হ’ব। টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া (TRAI) লোৱা সিদ্ধান্ত অনুসৰি অতি সোনকালেই ফোন নম্বৰসমূহ ১০টাৰ পৰিৱৰ্তে ১১টা সংখ্যা হ’বলৈ। ট্ৰায়ে শুকুৰবাৰে দেশত ১১টা সংখ্যাৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ সদৰী কৰিছে।

    ট্ৰাইৰ মতে ১০টা সংখ্যাৰ ঠাইত ১১টা সংখ্যালৈ মোবাইল নম্বৰ সলনিৰে দেশত অধিক নম্বৰ আগবঢ়াব পৰা যাব। যদিহে এই প্ৰস্তাৱ কাৰ্যকাৰী হৈ উঠে তেতিয়াহ’লে ১০ বিলিয়ন আৰু অধিক মোবাইল নম্বৰ আগবঢ়াব পৰা যাব। ইয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা পৰামৰ্শ আগবঢ়োৱা হৈছে আৰু শীঘ্ৰেই ইয়াক প্ৰৱৰ্তন কৰা হ’ব।

    ট্ৰায়ে ইয়াৰ বাবে প্ৰথম সংখ্যাটো ৯ ৰখাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। ট্ৰাইয়ে লগতে এয়া পৰামৰ্শ আগবঢ়াইছে যে লেণ্ডলাইনৰ পৰা মোবাইল ফোনলৈকে কল কৰাৰ বাবে মোবাইল নম্বৰৰ প্ৰথমতে শূন্য(০) লগোৱাটো জৰুৰী হোৱা উচিত। তদুপৰি, এক নেশ্যনেল নাম্বাৰিং প্লেনৰো পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ লগতে ট্ৰাইয়ে ডংগলছৰ বাবে ব্যৱহাৰ হোৱা মোবাইল নম্বৰ ১০টা সংখ্যাৰ ঠাইত ১৩টা সংখ্যা কৰাৰ পৰামৰ্শ দিছে।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Coronavirus is a Hoax: Dr Satyakam Phukan

    Dr Phukan said, “I do not see any reason to terrorise the people in the name of coronavirus. State's health and family welfare minister has been misled by certain forces.

    Landslide Leaves One Dead At Kharguli

    Union Home Minister Amit Shah on Sunday called Assam’s health and family welfare minister Himanta Biswa Sarma and took stock of the situation over telephone.

    Assam Keelback Re-Appeared after 129 Years

    Last seen in 1891, a group of scientists of Wildlife Institute of India, has rediscovered the rare snake in Arunachal Pradesh

    26 Lockdown Violators Arrested on Day One of the Total Lockdown

    Throughout the day, the police detained 112 vehicles - 2 wheeler-61, 3 wheeler-17, 4 wheeler-32 and 6 wheeler-02.