18 C
Guwahati
Monday, April 19, 2021
More

    মন্দিৰত জন্তুৰ বলি বিধান নিষিদ্ধ কৰিলে এইখন ৰাজ্যত, উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত

    মুখ্য ন্যায়াধীশ সঞ্জয় কাৰল আৰু ন্যায়াধীশ অৰিন্দম লৌধৰ ৰায় অনুসৰি ৰাজ্যখনত ধৰ্মক দোহাই দি মন্দিৰত হোৱা বলি বিধান সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হয়

    ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ মন্দিৰত জন্তু আৰু পক্ষীৰ বলি বিধান নিষিদ্ধ ঘোষণা কৰিলে। উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে যে মন্দিৰত ভক্তই দান কৰা জন্তুৰ পোহপাল দিবলৈ এটা স্থান নিৰ্ধাৰণ কৰিব লাগে। আদালতে আদেশ অনুসৰি ক’লে যে ৰাজ্যখনত কোনো লোকক ত্ৰিপুৰাৰ মন্দিৰৰ ভিতৰত বা আশে-পাশে জন্তু বা পক্ষীৰ বলি দিয়াৰ অনুমতি প্ৰদান কৰা নহ’ব।

    মুখ্য ন্যায়াধীশ সঞ্জয় কাৰল আৰু ন্যায়াধীশ অৰিন্দম লৌধৰ ৰায় অনুসৰি ৰাজ্যখনত ধৰ্মক দোহাই দি মন্দিৰত হোৱা বলি বিধান সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হয়। ত্ৰিপুৰাৰ এজন জিলা ন্যায়াধীশে বলি বিধান নিষিদ্ধ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। এই আবেদনৰ ভিত্তিতে উচ্চ ন্যায়ালয়ে প্ৰদান কৰে এই গুৰুত্বপূৰ্ণ ৰায়।

    Photo credit: northeasttoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Section 144 clamped in Shillong; Shops and Markets to remain close on Sundays

    After Assam, the East Khasi Hills district in Meghalaya has imposed some restrictions amid the COVID 19 scare in the state

    ‘Bohag Bihu’ 2021: April 15 declared as closed holiday for Central Govt Employees in Assam

    Central Government Employees Welfare Coordination Committee held a meeting earlier on December 9, 2020, and decided to remove ‘Bohag Bihu’ from the list of holidays for the year 2021

    Assam MP’s nephew passes away; suicide suspected

    Kaushik Oja, also the nephew of Guwahati Lok Sabha MP Queen Oja, allegedly died by suicide in the wee hours of Thursday.

    No ‘Bohag Bihu’ holiday for Central Govt employees: Assam Witnesses Protest

    Central government offices in Assam will not get Bohag Bihu holidays this year and will have to apply for a restricted holiday during the Assamese New Year festival

    Covid19 Scare: Assam Govt yet to decide on holding Board exams

    The total active COVID-19 cases in Assam now stand to 3,200 with 1,122 death cases

    Meghalaya Govt prohibits smoking and spitting in public places; Fine upto Rs 1000

    The decision was taken as per the provisions of sections 51-60 of the Disaster Management Act 2005 and section 188 of the Indian Penal Code

    97 fresh COVID-19 positive cases traced in Meghalaya, Active rises to 457

    East Khasi Hills is the worst affected district with 360 active cases