22 C
Guwahati
Sunday, November 17, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনকৈ যুৱকৰ কৰুণ মৃত্যু

    ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনকৈ যুৱকৰ কৰুণ মৃত্যু

    বাছ আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে বাইকত থকা যুৱকদ্বয়ৰ কৰুণ মৃত্যু

    দৰং জিলাৰ দলগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। গুৱাহাটী অভিমুখে আহি থকা এখন বাছ আৰু বিপৰীত দিশৰ পৰা অহা বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত কৰুণভাৱে মৃত্যুক সাৱটিলবলগীয়া হ’ল দুই যুৱকে।

    দলগাঁও থানাৰ অন্তৰ্গত পানীডোঙৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত থিতাতে নিহত যুৱকদ্বয় ৩০ বছৰীয়া আলিমুদ্দিন আৰু ২২ বছৰীয়া উহেজুল ইছলাম বুলি চিনাক্ত।

    Photo Credit : realitatea

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...</