সমগ্ৰ বিশ্বতে এতিয়া কৰ’ণা ভাইৰাছৰ আক্ৰমণ। প্ৰতিদিনে বৃদ্ধি পাইছে মাৰাত্মক কৰ’ণাৰ সংক্ৰমণ। ৰোধ কৰিব পৰা নাই কৰ’ণা ভাইৰাছত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। কৰ’ণাৰ কোনো প্ৰতিষেধক বা ঔষধ উদ্ভাৱন কৰিব পৰা নাই এতিয়ালৈকে। কিন্তু গ্ৰেট বৃটেইনত কৰ’ণা ভাইৰাছৰ ভেকচিনৰ পৰীক্ষণ আৰম্ভ হ’ব বুলি এক বাতৰি পোহৰলৈ আহিছে। মানৱ দেহৰ ওপৰত পৰীক্ষা কৰা হ’ব প্ৰতিষেধক।
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব এই গৱেষণা। দেশখনৰ স্বাস্থ্য সচিব মেট হেনকুকে ঘোষণা কৰে এই কথা। কৰ’ণাৰ বিৰুদ্ধে চৰকাৰৰ নীতি কাৰ্যক্ষম বুলি ঘোষণা মেট হেনকুকৰ। এই প্ৰতিষেধক প্ৰস্তুত কৰিছে অক্সফৰ্ড বিশ্ববিদ্যালয়ে।চৰকাৰে এই গৱেষণাৰ বাবে আগবঢ়াব ২৫মিলিয়ন ডলাৰ।
উল্লেখ্য যে ২৩ মাৰ্চৰ পৰা সমগ্ৰ গ্ৰেট বৃটেইনতে লকডাউন অব্যাহত আছে। গ্ৰেট বৃটেইনত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১ লাখ ২৯ হাজাৰ ৪৪জন আৰু মৃত্যু হৈছে ১৭,৩৩৭জনৰ।
Photo Credit: Daily Sabah
buy ciprofloxacin online
এইখন দেশত আৰম্ভ হ'ব মানৱ দেহৰ ওপৰত কৰ'ণা ভাইৰাছৰ প্ৰতিষেধকৰ পৰীক্ষণ
cialis prices
এইখন দেশত আৰম্ভ হ'ব মানৱ দেহৰ ওপৰত কৰ'ণা ভাইৰাছৰ প্ৰতিষেধকৰ পৰীক্ষণ
generic ventolin
এইখন দেশত আৰম্ভ হ'ব মানৱ দেহৰ ওপৰত কৰ'ণা ভাইৰাছৰ প্ৰতিষেধকৰ পৰীক্ষণ
cialis online no prescription
এইখন দেশত আৰম্ভ হ'ব মানৱ দেহৰ ওপৰত কৰ'ণা ভাইৰাছৰ প্ৰতিষেধকৰ পৰীক্ষণ
Comments are closed.