ধেমাজিত ছবিৰ জৰিয়তে কণ কণ শিশুৰ ‘কা’ প্ৰতিবাদ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
সমুহ ছবিত প্ৰকাশ পাইছে অসমী আইৰ প্ৰতি থকা মৰম
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

ধেমাজিত ৰং তুলিকাৰ সহায়ত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ জনালে কণ কণ শিশুৱে৷ সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে অসমত জাপি দিয়া নাগৰিকত্ব সংশোধনী আাইনৰ জুইয়ে চুই গৈছে সকলো শ্ৰেণীৰ লোককে৷

তাৰ প্ৰতিবাদতে আজি ধেমাজি মনালিছা আৰ্ট একাডেমিৰ এজাক কণ কণ শিশুৱে বছৰৰ প্ৰথমটো দিনত বনভোজৰ কথা পাহৰি আগ বাঢ়ি আহিছে ৰং তুলিকাই CAA ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাবলৈ৷

সকলো শিশুৰে মুখত আমাক কা নালাগে, বাংলাদেশী গ’ বেক ধ্বনি লগতে সমুহ ছবিতো প্ৰকাশ পাইছে অসমী আইৰ প্ৰতি থকা মৰম। শিশু সকলেও বুজি পাইছে অসমী আই বিপদত।

Inputs and photo: @jayantabora

Related Post