30 C
Guwahati
Thursday, August 6, 2020
  • Home
  • Videos
  • TIMECAST
More

    লকডাউনৰ বাবে হাজাৰ হাজাৰ বিঘা তৰমুজ খেতি ধ্বংস,লক্ষাধিক টকাৰ লোকচান

    তৰমুজ খেতিয়কসকলে ক্ষতিপূৰণ হিচাপে চৰকাৰৰ পৰা আৰ্থিক সাহায্যৰ অনুৰোধ জনাইছে

    ৰূপহীহাটৰ ছাইদৰীয়া গাঁৱত হাজাৰ হাজাৰ বিঘা তৰমুজ খেতি ধ্বংস। মূৰে-কপালে হাত দিবলগীয়া হৈছে খেতিয়কে। লকডাউনে খেতিয়কৰ ওপৰত পেলাইছে ঋণাত্মক প্ৰভাৱ। আৰ্থিক সাহায্য পোৱাৰ কামনা কৰিছে খেতিয়কে।

    দেশত চলিছে লকডাউন। কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চলা এই লকডাউনৰ ফলত সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছে তৰমুজ খেতিয়কসকল। ছাদৰীয়া গাঁৱত পচি গৈছে শ শ বিঘা তৰমুজ খেতি।

    ছাইদৰীয়া গাঁৱৰ খেতিয়কসকলে তৰমুজ খেতিৰ ওপৰতেই নিৰ্ভৰশীল। এবিঘা খেতিৰ পৰা লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় বুলি খেতিয়কসকলে জনাইছে।

    এই কৰ্মৰ জৰিয়তে পৰিয়াল পোহ-পাল দিয়াৰ লগতে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখন টনকিয়াল কৰাৰ অৰিহণা যোগাই আহিছে। এই বেলি লকডাউনৰ ফলত হাজাৰ হাজাৰ বিঘা তৰমুজ খেতি ধ্বংস হোৱাৰ ফলত খেতিয়কসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। যাৰকাৰণে তৰমুজ খেতিয়কসকলে ক্ষতিপূৰণ হিচাপে চৰকাৰৰ পৰা আৰ্থিক সাহায্যৰ অনুৰোধ জনাইছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam’s Pranay Kalita killed in Manipur Ambush

    Assam chief minister Sarbananda Sonowal also expressed his condolence for Kalita and the bereaved family

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    Breaking: ULFA (I), MNPF & RPF claim responsibility of Manipur ambush

    An Assam Rifle personnel from Assam’s Barpeta district identified as Pranay Kalita was also killed in the ambush