31 C
Guwahati
Thursday, July 2, 2020
  • Home
  • Videos
  • T8 Radio
More

    হাতীয়ে প্ৰাণ ল’লে একেটা পৰিয়ালৰ দুটি শিশুৰ; লক ডাউনৰ বাবে পিতৃ আৱদ্ধ গুৱাহাটীত

    হাতীৰ আক্ৰমণত আহত শিশু দুটিৰ মাতৃ

    কৰ’ণা আতংকৰ মাজতে গোৱালপাৰাৰ হাদলাপাৰাত বন্যহস্তীৰ উপদ্ৰৱ। একেটা পৰিয়ালৰ দুটি শিশু নিহত। নিহত শিশু দুটি ১১ বছৰীয়া জৰ্ণা ৰাভা আৰু তিনি বছৰীয়া চিৰঞ্জীত ৰাভা।সম্পৰ্কত দুয়ো ভাই-ভনী।

    শিশু দুটিৰ মাতৃ ৰোহিলা ৰাভাও হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়। যোৱা নিশা সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনা। নিশা হাতীৰ এটা জাকে গাঁওখনত প্ৰৱেশ কৰি কাদব ৰাভা নামৰ লোক জনৰ ঘৰ ভাঙি পুত্ৰ আৰু কন্যা সন্তান দুটি নিহত কৰাৰ লগতে আহত কৰে পত্নীক।

    অতি দৰিদ্ৰ কাদব ৰাভা আছে গুৱাহাটীত।দিন হাজিৰা কৰিবলৈ যোৱা লোক জন লক ডাউনৰ বাবে গুৱাহাটীতে আৱদ্ধ হৈ আছে। ইফালে আজি কিছুদিনৰ পৰা গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে। বিপৰীতে নিশ্চুপ হৈ আছে বন বিভাগৰ লোক। ৰাইজৰ সহায় বিছাৰিলেও সহায় পোৱা নাই বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ পৰা।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Coronavirus is a Hoax: Dr Satyakam Phukan

    Dr Phukan said, “I do not see any reason to terrorise the people in the name of coronavirus. State's health and family welfare minister has been misled by certain forces.

    Landslide Leaves One Dead At Kharguli

    Union Home Minister Amit Shah on Sunday called Assam’s health and family welfare minister Himanta Biswa Sarma and took stock of the situation over telephone.

    Do not come to Guwahati unless it is urgent: Minister Pijush Hazarika

    So far, 552 persons have been tested Covid-19 positive in Kamrup metro district alone.

    Assam Keelback Re-Appeared after 129 Years

    Last seen in 1891, a group of scientists of Wildlife Institute of India, has rediscovered the rare snake in Arunachal Pradesh

    26 Lockdown Violators Arrested on Day One of the Total Lockdown

    Throughout the day, the police detained 112 vehicles - 2 wheeler-61, 3 wheeler-17, 4 wheeler-32 and 6 wheeler-02.