30 C
Guwahati
Wednesday, June 23, 2021
More

    বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী; টকা-পইচাৰ পৰা বিয়পিব পাৰে কৰ’ণা

    সোমবাৰৰ পুৱতি নিশা বিশ্ব স্বাস্থ্য সংস্থাই এই সতৰ্কতা বাণী জাৰি কৰিছে

    বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ সতৰ্কবাণী, টকা-পইচা আদিৰ ব্যবহাৰৰ পৰাও বিয়পাৰ সম্ভাৱনা কৰ’ণা ভাইৰাছ। গতিকে সাৱধান, টকা-পইচা ব্যবহাৰ কৰি উঠি হাত চাফা কৰাতে নিতান্ত্যই প্ৰয়োজন।

    নোটৰ ওপৰত কেইবাদিনলৈও সক্ৰিয় হৈ থাকিব পাৰে এই ভাইৰাছ, গতিকে সকলো সতৰ্ক হোৱা প্ৰয়োজন। সোমবাৰৰ পুৱতি নিশা বিশ্ব স্বাস্থ্য সংস্থাই এই সতৰ্কতা বাণী জাৰি কৰিছে।

    বিশ্ব স্বাস্থ্য সংস্থাৰ মুখপাত্ৰই সেইবাবে সকলোকে পৰা ক্ষেত্ৰত কেছলেছ ট্ৰেঞ্জেকছন অৰ্থাৎ টকা পইছা ব্যৱহাৰ নকৰাকৈ ডিজিটেল মাধ্যমেৰে আদান প্ৰদানৰ বাবে আহ্বান জনাইছে।

    ইংলেণ্ডৰ বেংক সন্থাইয়ো এই সন্দৰ্ভত কৈছে যে, নোট সমূহে কৰ’ণা ভাইৰাছ বিয়পাব পাৰে সেয়ে কেছলেছ ট্ৰেঞ্জেকছনৰ উপৰি সঘনাই হাত ধোৱাৰ পৰামৰ্শ আগবঢ়াইছে।

    Photo Credit: metro.co.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING