ৰূপহীহাটৰ জুৰীয়াৰ শিঙাৰী বজাৰত বিদ্যুৎস্পৃষ্ট হৈ এটি কিশোৰৰ মৃত্যু। মৃত কিশোৰটিৰ নাম জীয়াৰুল হক। শিঙাৰী বজাৰৰ চালি গৃহত লাগি থকা এডাল বিদ্যুৎ পৰিবাহী তাঁৰত অসাৱধানবশত স্পৰ্শ কৰাত বিদ্যুৎস্পৃষ্ট হৈ আহত হয়।
আহত অৱস্থাত কিশোৰটিক ততালিকে হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও পথতে মৃত্যুক সাৱটে কিশোৰটিয়ে।