Skip to content

দেশত কৰ’ণাৰ সংহাৰ; কিন্তু বাচি আছে এখন ৰাজ্য!

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
সকলো সন্দেহজনক কৰ'ণা ভাইৰাছৰ পৰীক্ষাই এতিয়ালৈকে নিগেটিভ ওলাইছে এইখন ৰাজ্যত
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Sikkim To Welcome Foreign Tourists from March
Representative image

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো এতিয়া কেৱল কৰ’ণা ভাইৰাছৰ আতংক। দেশক কৰ’ণামুক্ত কৰিবলৈ দ্বিতীয়বাৰলৈ জাৰি কৰা হ’ল লক ডাউন।জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো লোক এতিয়া ঘৰৰ ভিতৰত আৱদ্ধ। কৰ’ণা ভাইৰাছে এই সংহাৰী ৰূপ ধাৰণ কৰা সময়তো কিন্তু উত্তৰ-পূবৰ এখন ৰাজ্য কৰ’ণা ভাইৰাছৰ পৰা মুক্ত হৈ আছে।

ছিকিমত এতিয়াও কৰ’ণা ভাইৰাছৰ নাই কোনো আক্ৰমণ।সকলো সন্দেহজনক কৰ’ণা ভাইৰাছৰ পৰীক্ষাই এতিয়ালৈকে নিগেটিভ ওলাইছে। এই কথাই যথেষ্ট সকাহ দিছে ছিকিমবাসীক।ছিকিমত বৰ্তমান কৰ’ণা ভাইৰাছৰ ঘটনা শূন্য। ছিকিমক কৰ’ণামুক্ত কৰি ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ছিকিম চৰকাৰ তথা প্ৰশাসন।

Photo Credit: travelandleisureindia

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp